পৰ্বত শিখৰৰ অনিত্য সেই ফুলবোৰ

সপোনত চৰি ফুৰা সাৰংগজাক উদ্ধাস্তু হ'ল  ভাওঁনা আৰম্ভ নহওঁতেই  হাতত সাৰে ভৰিত সাৰে সূত্ৰধাৰে  কাণৰ কাষত দি গ'ল বোধন মন্ত্ৰ তাৰ পিছত কোমল ৰ'দজাকে ক'লে সন্ধিয়াৰ বন্তিগছিয়ে ক'লে মূক কবিৰ ক্ৰন্দনেও ক'লে এনুৱা সোঁতত নৈয়েও মূৰে-ভৰি কাঢ়ে বুকুত পাখী গজিলে হেনো বান আহে  কিমানৰ বুকুতে যে পাখী গজে নাৱৰীয়াৰ তলি উদং নাৱে কৰে তুলুং-ভুটুং পৰ্বতৰ... Continue Reading →

নিলগৰ গান

তোমাৰ চকুৰ পতাই কঢিয়ায় সমুদ্ৰ-গৰ্ভস্থ  এক বিষাদ নে পাগলাদিয়াৰ ওপৰৰ স্থিৰ সেমেকা বতাহজাক য’ৰ পৰা নামে এই চিনাকি অচিনাকি ৰাষ্টাটো মোৰ বুকুলৈ পলকত দেখো সত্ত্বা বিয়পি পৰা এটি পোহৰ আৰু বহু হাহাকাৰ মই পাগলদিয়া পাৰ হ’ওঁ নেদেখা পাগলদিয়া পাগলদিয়াৰ কহুৱনিত মোৰ চিৰ-পৰিচিত, হেৰুৱাই পোৱা হুমুনিয়াহবোৰে জিৰণি লয় আমাৰ মাজত থিয় দিয়ে নিলগৰ সুগন্ধই বুকুৱেদি উজাই... Continue Reading →

Powered by WordPress.com.

Up ↑